#মানৱ_অধিকাৰ_সুৰক্ষা_মৰ্চা Human_Rights_Protection_Front
#মানৱ_অধিকাৰ_সুৰক্ষা_মৰ্চা Human_Rights_Protection_Front
Hris Pen
অসমৰ যুৱকৰ, ল'ৰাৰ বহি প্ৰদেশত অধিকাৰ, জীৱনৰ সমগ্ৰাম।
অসমৰ ল'ৰা যুৱক, অসমৰ ভাৰতৰ বিভিন্ন প্ৰদেশত কাম কৰি আছে।
অসমৰ ল'ৰা, যুৱকে অসমলৈ ঘূৰি আহিব লৈ সকলোৱে মিলি চিন্তা কৰা উচিত।সময় আহিছে একত্ৰিত হৈ চিন্তা কৰাৰ। দিহা পৰামৰ্শ আগ বঢ়াওক সকলোৱে।
May 12, 2020
2 min