অন্বেষণ
অন্বেষণ
Bhaskar Thakuria
Identity is complex and not a single entity. Creativity has changing dimensions.. talking about it in casual talk with some creative people in Assamese . About life , about recent past , about things we don't have time to ponder about About art ,books and society as a whole অসমীয়া কথা , অসমৰ কথা , তেওলোকৰ কথা.যাৰ কথা পতা হোৱা নহয় , ভাবিবলৈ সময় নহয় , আপোনাৰো যদি কিবা কৱ লগিয়া আছে এই ইমেইলত যোগাযোগ কৰিব[email protected]
আজীম প্ৰেমজী ফাউন্ডেচনৰ জন্ম (Formation of Azim Premji foundation)
Nazrul Haque faculty at Azim Premzi University ,Bangalore in discussion with host Bhaskar Thakuria about  how Azim Premzi Foundation was started   ,its goal and its work areas -part 1 of a series of talk  আজীম প্ৰেমজী বিশ্ববিদ্যালয় ,বাঙ্গালোৰৰ অধ্যাপক অসমৰ নজৰুল হ'কৰ সতে আজীম প্ৰেমজী ফাউণ্ডেচনৰ জন্ম, উদ্দেশ্য আৰু কামৰ বিষয়ে আলোচনা 
May 8, 2021
17 min
অসমৰ সাচিপাত, সত্ৰীয়া কলা, পুথিচিত্ৰ আৰু লোকচিত্ৰ-ইতিহাস আৰু বৰ্তমান (History and tale of Xachipat and other traditionalAssamese art)
In this episode artist Sujit Das talks about the history of various art form of Assam , How Xachipat the unique paper made out of Agaru (Aquilaria agallocha) was prepared for , How colour from  source were used for drawing in it and in Xatra (Monastery) its heritage and preseravtion besides other traditional/ folk art form of Assam. এই সংখ্যাত সুজিত দাসে অগৰু গছৰ পৰা সাচিপাতৰ প্ৰস্তুতি , পুথিচিত্ৰত ব্যৱহাৰ কৰা ভিন্ন প্ৰকৃতিক ৰঙৰ উৎস সত্ৰীয়া কলাৰ লগতে অসমৰ আন লোককলা তাৰ ইতিহাস আৰু সংৰক্ষণৰ কথা কৈছে 
May 1, 2021
17 min
আৰ্ট ভিলেজৰ সুজিত দাসৰ যাত্ৰা (Making of Sujit Das -the artist behind Art Village)
In this episode Artist Sujit Das talks about his journey as a keeper of a cycle stand to a cartoonist to a professional artist of todays stature and also 'Frogman' the fisrt Superhero of Nagaon Assam. এই সংখ্যাত আৰ্ট ভিলেজ নঁগাওৰ প্ৰতিস্থাপক সুজিত দাসে তেওৰ সংঘৰ্ষ আৰু প্ৰত্যাহ্বানৰ কথা কয়, কেনেকৈ চাইকেল ষ্টেণ্ডৰ পৰা আহি তেও আজি প্ৰতিস্থা লাভ কৰিলে তাৰ কথা, লগতে কলে নগাওৰ প্ৰথম চুপাৰহিৰো ফ্ৰগমেনৰ কথা
Apr 28, 2021
19 min
আৰ্ট ভিলেজ নগাঁও (Art Village : an unique institute in Nagaon)
In Conversation with creator of Art Village an unique institute in Nagaon Assam and in convesatation with its curator and creator artist sujit Das. নগাঁওত গঢ়ি উঠা নতুন প্ৰতিস্থান "আৰ্ট ভিলেজ" ৰ স্ৰস্থা সুজিত দাসৰ সৈতে হোৱা কথোপকথন৷ আৰ্ট ভিলেজ (কলাৰ গাঁও)নো কি? ইয়াত কি আছে ,দৰকাৰনোক কিয়৷ ইয়ালৈ আহিলে কোন কেনেকৈ উপকৃত হৱ তাক জানিবলৈ এই পোডকাষ্ট শুনক আৰু আনকো শুনাওক৷ আৰ্ট ভিলেজ এনে এতি প্ৰতিস্থান যত শিশু চকলে প্ৰকৃতিৰ খোৰাক, ইতিহাস বিচৰা সকলে পাব অসমৰ কলা ঐতিহ্য আৰু লোক কলা, কলাৰসিক সকলে পাব চিত্ৰশিলপ, ভাস্কৰ্য্য, ধৰ্মীয় সকলে পাব গুৰুজনাৰ কৃতি , সাধাৰন মানুহে পাব শান্তি আৰু জ্ঞাণ৷
Apr 25, 2021
15 min
অণ্বেষণ- প্ৰস্থাৱনা এটি পোডকাষ্টৰ
কিয় দৰকাৰ আৰু এটি অসমীয়া ভাষাৰ পোডকাষ্টৰ এই সংখ্যাত তাৰেই আলোছনাWhy we need one more podcast in Assamese , we are discussing in episode 1
Apr 18, 2021
11 min